Meaning : যাক ৰক্ষা কৰা হৈছে
Example :
সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
Synonyms : ৰক্ষিত
Meaning : যাক ভালদৰে ৰক্ষা কৰা হৈছে
Example :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
Meaning : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
Example :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
Synonyms : নিৰাপদ