Subscribe
URL of the page has been copied to clipboard.
Meaning : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
Example : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
Synonyms : দেৱ, দেৱতা, দৈত্যাৰি
Meaning : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
Example : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
Synonyms : স্বৰ
Meaning : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
Example : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
Synonyms : কণ্ঠ, লয়
Meaning : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
Example : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
Synonyms : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
Install App