Meaning : কোনো নি্র্ধাৰিত সীমা, ঠাই আদিৰ ভিতৰলৈ অহা কার্য
Example :
তেওঁ বলপূর্বক্্ভাৱে দুজন লোকক চিনেমা ঘৰত প্রৱেশ কৰালে
Synonyms : প্রৱেশ কৰোৱা
Meaning : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
Example :
তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
Synonyms : খুঁচি দিয়া, খুঁচ্া, সুমুৱাই দিয়া