Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ব্যৱহাৰত ভাল ভাব থাকে
Example : আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
Synonyms : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ
Install App