Meaning : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
Example :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
Synonyms : সুযোগ-সন্ধানী
Meaning : সুবিধাবাদ সম্বন্ধীয়
Example :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
Meaning : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
Example :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়