Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
Example :
Synonyms : সুখকাৰক, সুখকৰ, সুখজনক, সুখপ্রদ, সুখময়
Meaning : সুখ বা আনন্দ দিওতাঁ
Example : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
Synonyms : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখপ্রদ
Install App