Meaning : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়
Example :
গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল
Meaning : শুভ বা ভাল বাতৰি
Example :
তেওঁ পুত্র লাভৰ সু-খবৰ পালে
Synonyms : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ