Subscribe
URL of the page has been copied to clipboard.
Meaning : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়
Example : আপোনাৰ সংগই মোৰ বাবে আনন্দ
Synonyms : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক
Meaning : যিয়ে আনন্দ প্রদান কৰে
Example : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
Synonyms : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়
Meaning : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ
Example :
Synonyms : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী
Meaning : সুখ বা আনন্দ দিওতাঁ
Example : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক
Synonyms : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী
Install App