Meaning : সীমা ৰক্ষা কৰা চিপাহী
Example :
সীমাৰক্ষকে নিজৰ জীৱনৰ চিন্তা নকৰাকৈয়ে সীমান্তত পহৰা দি থাকে
Synonyms : সীমা ৰক্ষক, সীমাৰক্ষক
Meaning : যি সীমা ৰক্ষা কৰে
Example :
সীমা ৰক্ষক জোৱান দেশৰ প্রকৃত সন্তান
Synonyms : সীমা ৰক্ষক, সীমাপাল