Meaning : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
Example :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
Synonyms : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
Meaning : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
Example :
কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
Synonyms : সীৰলু