Meaning : ছটিয়াই দিয়া অৱস্থা বা ভাব
Example :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
Meaning : কোনো তৰল পদার্থ ছটিওৱা কার্য
Example :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
Synonyms : ছটিওৱা
Meaning : কোনো বস্তু ইফালে-সিফালে পেলোৱা
Example :
চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
Synonyms : ছটিওৱা
Meaning : চাৰিওফালে প্রসাৰিত কৰা
Example :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
Synonyms : সিঁচি দিয়া, সিঁচৰতি কৰা
Meaning : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
Example :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
Synonyms : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা