Meaning : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
Example :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
Synonyms : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
Meaning : সাৱধান বা হুচিয়াৰ কৰা
Example :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
Synonyms : সকিয়াই থকা