Meaning : যি তত্ত্ব পৰমাণুতকৈ কম জটিল হয়
Example :
অনু যোগ হৈ মূল তত্ত্ব তৈয়াৰ হয়
Synonyms : মূল তত্ত্ব
Meaning : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
Example :
এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
Synonyms : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ, সাৰ বস্তু