Subscribe
URL of the page has been copied to clipboard.
Meaning : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
Example : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
Synonyms : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ
Install App