Meaning : যিটো বর্ত্্মান কালৰ সৈতে সম্বন্ধিত বা বর্ত্্মান কালৰ
Example :
সাম্প্রতিক বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ খবৰ সকলোৱে ৰখা উচিত
Synonyms : সাম্প্রতিক, ্বর্ত্্মান
Meaning : সময়ৰ সৈতে সম্বন্ধ ৰাখোতাজন
Example :
প্রেমচান্দৰ কাহিনীবোৰ সময়সাপেক্ষ
Synonyms : কালিক, সময়সাপেক্ষ