Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে সাম্যবাদ মানি চলে
Example : সাম্যবাদীসকলে সমাজক এক নতুন দিশ দিবলৈ প্রয়াস কৰিলে
Synonyms : কমিউনিষ্ট
Meaning : সাম্যবাদ মানোতা
Example : আজিও সমাজত সাম্যবাদী ব্যক্তিৰ অভাব নাই
Meaning : সাম্যবাদৰ বা সাম্যবাদ সম্বন্ধী
Example : কেইবাজনো ডাঙৰ ডাঙৰ নেতা সাম্যবাদী বিচাৰধাৰাৰ দ্বাৰা প্রভাবিত হʼল
Install App