Meaning : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
Example :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
Synonyms : সাজোন-কাচোন
Meaning : অলংকৃত কৰা বা সজোৱা কার্য
Example :
ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
Synonyms : অলংকৰণ
Meaning : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
Example :
সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
Synonyms : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা