Subscribe
URL of the page has been copied to clipboard.
Meaning : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
Example :
Synonyms : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সিন্ধু, ্ ৰত্নগর্ভা
Meaning : যাৰ মাত্রা, আয়তন আদি পাৰাপাৰহীন
Example : তেওঁ প্রেমৰ ্সাগৰ
Synonyms : সমুদ্র
Meaning : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
Example : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
Synonyms : ভঁ্ৰাল, ভাণ্ডাৰ
Install App