Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
Example : এই কামত তেওঁ ্ মোৰ সহযোগী
Synonyms : সহকাৰী, সহযোগকাৰী, সহযোগী, সহযোগী ব্যক্তি
Meaning : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
Example : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
Synonyms : উপসহায়ক, পালি, সহযোগী
Meaning : যি কোনো কাম আদিত সহায় কৰে
Example : ৰাম মোৰ সহযোগী
Synonyms : সহযোগী
Install App