Meaning : সস্তা বা কম মূল্যৰ এক অৱস্থা বা ভাব
Example :
অল্পমূল্যতাৰ কাৰণে বস্তুবোৰৰ বিক্রী বাঢ়িছে
Synonyms : অল্পমূল্যতা
Meaning : সস্তা হোৱা অৱস্থা বা ভাব
Example :
আজিকালি বজাৰত সস্তাৱস্থা কʼত আছে ?
Meaning : যি সময়ত কোনো বস্তু সস্তাত পোৱা যায়
Example :
এই ঘড়ীটো সস্তাৱস্থাত কিনিছিলোঁ