Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সকলোতকৈ ওপৰত থাকে
Example : আমাৰ কাৰণে মানৱতাই সর্বোচ্চ ধর্ম
Meaning : সকলোতকৈ ওখ
Example : এভাৰেষ্ট বিশ্বৰ সর্বোচ্চ শিখৰ
Meaning : সকলোতকৈ অধিক বা অধিকৰ ভিতৰত যিমান অধিক হʼব পাৰে
Example : আজিৰ সর্বোচ্চ তাপমাত্রা চল্লিশ ডিগ্রী ছেলছিয়াচ
Synonyms : অধিকতম, সর্বাধিক
Install App