Meaning : যিয়ে সর্বোচ্চ স্থান লাভ কৰিছে
Example :
কালি আমাৰ বিদ্যালয়ত অহা পাঁচ বছৰ ধৰি ্সর্বশ্রেষ্ঠ হৈ অহাসকলক সন্মানিত কৰা হʼব
Synonyms : টপাৰ
Meaning : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
Example :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
Synonyms : অন্যতম, সর্বোত্তম, সর্বোৎকৃষ্ট