Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু, প্রাণী আদিৰ শৰীৰৰ সম্পূর্ণ অংগ বা বিভাগ
Example : এই সংস্থাটোৰ সর্বাংগতে ভ্রষ্টাচাৰ বিয়পিছে
Synonyms : গোটেই দেহ, পূর্ণাংগ, পূর্ণাঙ্গ, সকলো অংশ, সর্বাংগ, সর্বাঙ্গ
Meaning : প্রতিটো দিশতে
Example : চিকাগো সন্মিলনৰ পিছত স্বামী বিবেকানন্দৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল
Synonyms : চাৰিওফালে, চৌদিশে, সকলোতে
Install App