Subscribe
URL of the page has been copied to clipboard.
Meaning : সময় অনুসৰি
Example : যিকোনো কাম যথাসময়ত কৰা উচিত
Synonyms : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়ত, সসময়ত, সসময়তে
Meaning : সময়লৈ লক্ষ্য ৰাখি উচিত বা উপযুক্তভাৱে কৰা বা হোৱা
Example : সময়োচিত কাম কৰি জটিলতাৰ বা ৰক্ষা পাব পাৰি
Synonyms : কালোপযোগী, সময়ানুসৰি, সময়োচিত, সময়োপযোগী, সাময়িক
Install App