Subscribe
URL of the page has been copied to clipboard.
Meaning : সময় অনুসৰি
Example : যিকোনো কাম যথাসময়ত কৰা উচিত
Synonyms : ঠিক সময়ত, যথা কালত, যথা সময়ত, যথাকালত, যথাসময়ত, সময়মতে, সসময়ত, সসময়তে
Meaning : ভালেমান সময় পাৰ হৈ যোৱাৰ পিছত
Example : কালান্তৰত তেওঁ ঘটি যোৱা ঘটনাবোৰ পাহৰি গʼল আৰু পুনৰ ৰামুৰ সৈতে বন্ধুত্ব কৰিলে
Synonyms : অইন সময়ত, অন্যসময়ত, কালান্তৰত, সময়ৰ অন্তত
Install App