Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সময় from অসমীয়া dictionary with examples, synonyms and antonyms.

সময়   বিশেষ্য

Meaning : ভোজন কৰাৰ নিশ্চিত সময়

Example : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

Synonyms : বেলা

Meaning : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে

Example : মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল

Meaning : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

Example : সময় কাৰোবাবে ৰৈ নাথাকে

Synonyms : কাল, ক্ষণ, বেলা

Meaning : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে

Example : ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল

Synonyms : মুহূর্ত

Meaning : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়

Example : ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে

Meaning : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

Example : এই কামটো কৰিবৰ সময় হʼল

Synonyms : ক্ষণ, দাও, বেলা, সুচল, সুযোগ

Meaning : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

Example : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

Synonyms : কাল, যুগ