Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ডাঙৰ ৰজাৰ অধীনত বিভিন্ন ৰজা আৰু ৰাজ্য থাকে:আকবৰ এজন দয়ালু সম্রাট আছিল
Example :
Synonyms : নৃপবৰ, নৃপমণি, শাহানশাহ, ৰাজ-ৰাজেশ্বৰ, ৰাজশেখৰ, ৰাজাধিৰাজ, ৰাজেন্দ্র
Meaning : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
Example : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
Synonyms : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাজ্ঞী, ৰজা, ৰাণী
Install App