Meaning : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
Example :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
Synonyms : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
Meaning : আৰম্ভণিৰ পৰা শেষলৈকে
Example :
তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
Synonyms : আদ্যোপান্ত
Meaning : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
Example :
বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
Synonyms : পূৰা
Meaning : যʼত একো কম হৈ থকা নাই
Example :
তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে