Subscribe
URL of the page has been copied to clipboard.
Meaning : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
Example : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
Synonyms : জাক, পাল, সমুদায়
Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
Synonyms : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
Meaning : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
Example : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
Synonyms : গোট, দʼম, সমষ্টি, ৰাশি
Install App