Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
Example : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
Synonyms : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সূচনা, সূত্রপাত
Meaning : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
Example : আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
Synonyms : আৰম্ভ হোৱা, আৰম্ভণি হোৱা, শুৰু হোৱা
Install App