Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সমর্থক from অসমীয়া dictionary with examples, synonyms and antonyms.

সমর্থক   বিশেষ্য

Meaning : যিজনে কোনো পক্ষ বা কোনো সিদ্ধান্ত আদিৰ ্সমর্থন ্বা পোষকতা কৰে

Example : মই ন্যায়ৰ সমর্থক

সমর্থক   বিশেষণ

Meaning : আনৰ কথা আদিৰ সত্যাসত্যক মানি ্লওঁ্তা

Example : মই আপোনাৰ সাহসৰ সমর্থক

Meaning : যি কাৰোবাৰ পক্ষৰ সমর্থন্ ্বা পোষকতা কৰে

Example : এই মোকর্দ্্মাত আধাতকৈ বেছি ্গাঁৱলীয়া মোৰ সমর্থক

Synonyms : দলীয়, পক্ষভুক্ত, পক্ষীয়, ফলীয়া, ্পক্ষপাতী