Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ভূমিৰ সমান্তৰালভাৱে থাকে
Example : সংগীতাই গা-গছৰ আনুভূমিক অংশ কাটি তাৰ আভ্যন্তৰীণ অংশ চাবৰ কাৰণে অনুবীক্ষণ যন্ত্রত ৰাখি চালে
Synonyms : অনুভূমিক, আনুভূমিক
Meaning : সমান বা ওখ-চাপৰ নোহোৱা তলিভাগ
Example : সমতল ভূমিত খেতি ভাল হয়
Synonyms : সমতলক্ষেত্র, সমধৰাতল, সমভূমি, সমান ঠাই
Install App