Subscribe
URL of the page has been copied to clipboard.
Meaning : ছয়ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
Example : তিনি আৰু চাৰি মিলি সাত হয়
Synonyms : সাত, ৭
Meaning : গণনাত সাত নম্বৰ স্থানত অহা
Example : শিক্ষকে ছাত্র-ছাত্রীক সপ্তম শ্লোকটো মুখস্থ কৰিবলৈ কʼলে
Synonyms : ৭ম
Install App