Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন আদৰ কৰাৰ যোগ্য
Example : মহাত্মা গান্ধী এজন আদৰণীয় ব্যক্তি আছিল
Synonyms : আদৰণীয়, মাননীয়, মান্য
Meaning : (ভাল অৱস্থা আদিত থকাৰ কাৰণ) যি সন্মানৰ যোগ্য হয়
Example : শচীনৰ শতকৰ কাৰণে টীমে এক সন্মানজনক স্কʼৰ বনাব পাৰিলে
Synonyms : সন্মানজনক
Install App