Meaning : যাৰ সন্মান কৰা হʼল
Example :
সন্মানিত সন্ত সকলক উপহাৰ দিয়াৰ পিছত বিদায় দিয়া হʼল
Synonyms : আদৃত
Meaning : যি প্রতিষ্ঠা লাভ কৰিছে
Example :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
Synonyms : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
Meaning : যাক সন্মান কৰা হৈছে
Example :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
Synonyms : সম্মানিত