Subscribe
URL of the page has been copied to clipboard.
Meaning : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
Example : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
Synonyms : আশংকা, শংকা, শঙ্কা, সংশয়
Meaning : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
Example : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
Synonyms : শংকা, শঙ্কা, সংশয়
Meaning : বিশ্বাস নোহোৱা অৱস্থা বা ভাব
Example : মানুহৰ প্রতি কৰা অবিশ্বাসেই ঔৰংজেৱৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ আছিল
Synonyms : অপ্রতীতি, অপ্রত্যয়, অবিশ্বাস, বিশ্বাসহীনতা, সন্ধিগ্ধতা
Install App