Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ সন্তান নাই (পুৰুষ)
Example : সন্তানহীন মংগলে দ্বিতীয় বিবাহ কৰাবৰ বাবে অসন্মত হʼল
Meaning : যাৰ কোনো সন্তান নাই
Example : নিঃসন্তান শুক্লা দম্পত্তিয়ে অনাথ আশ্রমৰ পৰা এটা কেঁচুৱা কোলাত তুলি লʼলে
Synonyms : নিঃসন্তান
Install App