Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
Example : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
Synonyms : লগোৱা, লেপন লগোৱা
Meaning : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
Example : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
Synonyms : ঘঁ্হা, লগোৱা
Meaning : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
Example : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
Synonyms : ফেটা, মথা, মাৰা
Install App