Subscribe
URL of the page has been copied to clipboard.
Meaning : এইমাত্র ওলোৱা বা হোৱা
Example : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
Synonyms : তাজা, সজীৱ
Meaning : যিটো ম্লান নপৰে বা মৰহি যোৱা নাই
Example : সীতাই মন্দিৰত সতেজ ফুল অর্পণ কৰিছে
Synonyms : অম্লান, টাটকা, তাজা
Meaning : যিটো এইমাত্র বনোৱা হৈছে বা যিটো নতুন
Example : শ্যামে সদায় সতেজ খাদ্য খায়
Synonyms : টাটকা, তজবজীয়া, সাঁজো
Install App