Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সঠিক from অসমীয়া dictionary with examples, synonyms and antonyms.

সঠিক   ক্ৰিয়া বিশেষণ

Meaning : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে

Example : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই

Synonyms : ভাল দৰে, ভালকৈ, সঠিক ভাৱে, সঠিককৈ

সঠিক   বিশেষণ

Meaning : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত

Example : ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই

Synonyms : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত

Meaning : একেবাৰে ঠিক বা উচিত

Example : ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে

Meaning : যেনে হোৱা উচিত তেনেধৰণৰ

Example : এই কথাটো মোৰ উচিত যেন লগা নাই

Synonyms : উচিত, উপযুক্ত, ঠিক, যোগ্য

Meaning : যিটো নৈতিকতাৰে ভৰি আছে

Example : আমি উচিত কাম কৰা উচিত

Synonyms : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ

Meaning : যিটো নি্র্ধাৰিত বা নিশ্চিত

Example : মই নিশ্চিত ঠাইত উপস্থিত হʼম

Synonyms : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত