Subscribe
URL of the page has been copied to clipboard.
Meaning : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
Example : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
Synonyms : আস্থা, প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত
Meaning : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
Example : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
Meaning : যি জন্ম হয়
Example : জন্মাজনৰ মৃত্যু নিশ্চিত
Synonyms : উপজাত, উৎপন্ন, জনিত, জন্মা, জাত, প্রজাত, প্রসূত, সংবৃত্ত, সম্ভূত
Install App