Meaning : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
Example :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
Synonyms : ভূষিত
Meaning : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
Example :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
Synonyms : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
Meaning : হাথিয়াৰ আদিৰে সাজু হোৱা
Example :
পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
Synonyms : প্রস্তুত