Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সজোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

সজোৱা   ক্ৰিয়া

Meaning : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য

Example : নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে

Synonyms : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা

Meaning : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

Example : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

Synonyms : ব্যৱস্থিত কৰা, লগোৱা

Meaning : আহাৰ সন্মুখত ৰখা

Example : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

Synonyms : পৰিৱেশন কৰা

Meaning : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

Example : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

Synonyms : কৰা, বনোৱা