Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
Example : সংঘত এসময়ত নাৰীৰ প্রৱেশ নিষিদ্ধ আছিল
Synonyms : বৌদ্ধ মঠ, সংঘ
Meaning : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
Example : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
Synonyms : দল, পার্টী, মণ্ডলী, সংঘ
Meaning : প্রাচীন বৌদ্ধ ভীক্ষুসকলৰ ধার্মিক সমাজ
Example : নি্র্বাণ লাভৰ কাৰণে বৌদ্ধ ভীক্ষুসকলে সংঘত শৰণ লয়
Synonyms : সংঘ
Install App