Subscribe
URL of the page has been copied to clipboard.
Meaning : সাহিত্যত থকা নায়িকাই নিজৰ মনৰ সকলো কথা কোৱা স্ত্রী
Example : ৰাজকুমাৰীয়ে নিজৰ সখীয়েকৰ লগত উদ্যানত বার্তালাপ কৰি আছিল
Meaning : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে
Example : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়
Synonyms : দোস্তী, বন্ধু, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সঙ্গী
Meaning : নাৰী বন্ধু
Example : আজি গীতাই তাইৰ বান্ধৱীক লগ কৰিবলৈ গৈছে
Synonyms : বান্ধৱী
Install App