Meaning : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
Example :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
Synonyms : সংগঠন
Meaning : সাহিত্য, বিজ্ঞান, কলা আদিৰ উন্নতিৰ কাৰণে স্থাপন কৰা সমাজ
Example :
ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান শিক্ষাৰ ক্ষেত্রত বিশ্ববিখ্যাত
Synonyms : প্রতিষ্ঠান, সংস্থান
Meaning : চৰকাৰৰ এক প্রকাৰৰ প্রশাসনিক গোট
Example :
চি বি আই ভাৰত চৰকাৰৰ এটা অনুসন্ধান সংস্থা