Meaning : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য
Example :
পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল
Synonyms : সংশোধন পৰিশোধন
Meaning : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য
Example :
হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে
Meaning : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য
Example :
এই কামটোত শুধৰণিৰ প্রয়োজন আছে
Synonyms : শুধৰণি
Meaning : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য
Example :
লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য
Meaning : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ
Example :
এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে