Subscribe
URL of the page has been copied to clipboard.
Meaning : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
Example : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
Synonyms : জগত, দুনীয়া, বিশ্ব
Meaning : পৃথিৱীত থকা লোক
Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
Synonyms : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, ৰাইজ
Meaning : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
Example : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
Synonyms : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সৃষ্টি
Install App