Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সংশয় from অসমীয়া dictionary with examples, synonyms and antonyms.

সংশয়   বিশেষ্য

Meaning : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে

Example :

Synonyms : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা

Meaning : মনত হোৱা দুর্ভাৱনা

Example : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল

Synonyms : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা

Meaning : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা

Example : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে

Synonyms : আশংকা, শংকা, শঙ্কা, সন্দেহ

Meaning : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান

Example : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে

Synonyms : শংকা, শঙ্কা, সন্দেহ