Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যাকৰণত যি পদে দুটা শ্্ব্দ বা বাক্যৰ মাজত বহি সেই দুটা শ্্ব্দ বা বাক্যক জোৰা লগায়
Example : তথা, আৰু আদি সংযোজক অব্যয়
Synonyms : অব্যয়, সংযোজক অব্যয়
Meaning : যিয়ে যোৰা দিয়ে বা মিলায়
Example : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
Synonyms : যোজক, সমন্বয়ক
Meaning : জোৰা লগোৱা বা মিলোৱা
Example : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
Synonyms : যোজক, সংযোগী
Install App